Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ওৰাঙত ওৰাং আৰক্ষী থানাৰ উদ্যোগত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত

Udalguri, Udalguri | Sep 24, 2025
ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানা,নাগৰিক সমিতি আৰু ওৰাং থানা গাওঁৰক্ষী বাহিনীৰ সৌজন্যত জনতাৰ প্ৰানৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান এটি অনুষ্ঠিত হৈ যায় । অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাই । অনুষ্ঠানটোৰ সমবেত জুবিন গাৰ্গৰ শুভাকাংক্ষী সকলে পুস্পাঞ্জলী নিবেদন কৰে ৷সাংবাদিক,আৰক্ষী,বেটেলিয়ন,গাওঁৰক্ষী বাহিনীৰ কৰ্মকৰ্তা আদি সকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।
Read More News
T & CPrivacy PolicyContact Us