Install App
shivbhakti
This browser does not support the video element.
নগৰবেৰা: অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনিৰ নামত নিচানৰচৰ গাঁৱত দুৰ্নীতিৰ অভিযোগ,তীব্ৰ প্ৰতিবাদ সাব্যস্ত শতাধিক পুৰুষ মহিলাৰ
Nagarbera, Kamrup | Sep 8, 2025
অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনিৰ নামত আলোপতি মাজৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নিচানৰচৰ গাঁৱত দুৰ্নীতিৰ অভিযোগ ৰাইজৰ। সোমবাৰে এই দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক পুৰুষ মহিলাই। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনিৰ নামত চৰকাৰে নিয়োগ কৰা তথাকথিত সমাজ কৰ্মী আচান আলী, হিকমত আলী আৰু প্ৰাক্তন ৱাৰ্ড সদস্য শ্বহিদ আলীয়ে ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!