This browser does not support the video element.
শিৱসাগৰ: নঙলামৰাত চেপন চূণপোৰা সংযোগী দলং নিৰ্মাণত হেমাহি, পুৱা প্ৰতিবাদমুখৰ হৈ পৰিল ৰাইজ #
Sibsagar, Sivasagar | Sep 8, 2025
নঙলামৰাত চেপন চূণপোৰা সংযোগী দলং নিৰ্মাণত হেমাহি, সোমবাৰে পুৱা প্ৰতিবাদমুখৰ হৈ পৰিল ৰাইজ।শিৱসাগৰ জিলাৰ ডিমৌ বিধান সভা সমষ্টিৰ অন্তৰ্গত দিচাং নৈৰ ওপৰত থকা চেপন চুণপোৰা সংযোগী দলংৰ এটা অংশ ভাগি পৰাত পুনৰ কাষতে এখন দলং নিৰ্মাণ কৰাৰ বাবে ২০২২ চনতে আধাৰশিলা স্থাপন কৰি আজি পৰ্যন্ত দলংৰ কাম সম্পুৰ্ণ নোহোৱাত যমৰ যাতনা ভুগিছে যাতায়াত ৰাইজে।সোমবাৰে পুৱা প্ৰতিবাদমুখৰ হৈ পৰিল ৰাইজ।