Download Now Banner

This browser does not support the video element.

সোণাৰি: চৰাইদেউৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত অনুষ্ঠিত হ'ল নিচামুক্ত প্ৰতিজ্ঞা কাৰ্যসূচী,উপস্থিত থাকে মন্ত্ৰী বিধায়ক

Sonari, Charaideo | Jun 13, 2025
চৰাইদেউৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত নিচামুক্ত প্ৰতিজ্ঞা কাৰ্যসূচী।চৰাইদেউ জিলাৰ সীমান্তৱৰ্তী অঞ্চলক নিচামুক্ত কৰাৰ লক্ষ্যৰে চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আজি অসম-নগালেণ্ড সীমান্তৰ নামতোলাত নিচামুক্ত প্ৰতিজ্ঞা কাৰ্যসূচী পালন কৰা হয়। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সৌজন্যত চৰাইদেউ জিলা প্ৰশাসনে আজি আয়োজন কৰা এই কাৰ্যসূচীত অসমৰ চৰাইদেউ জিলা আৰু নাগালেণ্ডৰ মন জিলাৰ ক্ৰীড়া আৰু সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীৰ মাজত কেৰিয়াৰ কাউন্সেলিঙৰ লগতে
Read More News
T & CPrivacy PolicyContact Us