Download Now Banner

This browser does not support the video element.

গুৱাহাটী: গুৱাহাটীৰ শান্তিপুৰত কিশোৰীক প্ৰেমৰ চলনাৰ শাৰীৰিক সম্পৰ্ক যুৱকৰ, যুৱকৰ মাতৃয়ে গৰ্ভপাত কৰোৱাৰ অভিযোগ কিশোৰীক

Guwahati, Kamrup Metropolitan | Aug 26, 2025
গুৱাহাটীৰ শান্তিপুৰত চাঞ্চল্যকৰ ঘটনা। ১৬ বছৰীয়া কিশোৰীক প্ৰেমৰ চলনাৰ শাৰীৰিক সম্পৰ্ক এজন যুৱকৰ। যুৱকৰ মাতৃয়ে অন্ত:সত্ত্বা কিশোৰীক গৰ্ভপাত কৰোৱাৰ অভিযোগ। মঙলবাৰে সংবাদ মাধ্যমৰ আগত ভুক্তভোগী কিশোৰীৰ মাতৃৰ অভিযোগ।
Read More News
T & CPrivacy PolicyContact Us