Download Now Banner

This browser does not support the video element.

ডিফু: লংনিট তেৰাঙ গাঁৱত বিজেপিৰ ৰাজহুৱা সভা সম্পন্ন, উপস্থিত বিধায়ক বিদ্যাছিং ইংলেঙ

Diphu, East Karbi Anglong | Aug 23, 2025
শণিবাৰে  দিনৰ প্ৰায় ২ বজাত লাংফেৰ বিজিপিৰ মণ্ডল কমিটিৰ এৰাগাওঁ  শক্তি কেন্দ্ৰৰ লংনিট তেৰাঙ গাঁৱত  বিজেপিৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত বিজেৰি দলৰ আন্তঃগাথনি, সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ ওপৰত আলোচনা কৰাৰ লগতে চৰকাৰী আঁচনি সমূহ হিতাধিকাৰীৰ মাজত পাইছে নে নাই তাৰ ওপৰত আলোচনা কৰা হয় ৷ সভাত বিধায়ক বিদ্যাছিং ইংলেঙ আৰু গণ্যমান্য ব্যক্তি সকল  উপস্থিত থাকে ৷
Read More News
T & CPrivacy PolicyContact Us