Download Now Banner

This browser does not support the video element.

মৰাণ: খোৱাং বাঁহবাৰী তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা , দশম শ্ৰেণীৰ ছাত্ৰই পিতৃৰ বাহন আনি সংঘটিত কৰিলে ভয়ংকৰ পথ দুৰ্ঘটনা

Moran, Dibrugarh | Aug 30, 2025
খোৱাঙৰ বাঁহবাৰী তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা , দশম শ্ৰেণীৰ ছাত্ৰই পিতৃৰ বাহন আনি সংঘটিত কৰিলে ভয়ংকৰ পথ দুৰ্ঘটনা । বাঁহবাৰী তিনিআলিত বিদ্যুৎ পৰিবাহী খুঁটাত মাৰি পথাৰত সোমাল বাহন।‌ ঘটনা সংঘটিত কৰিয়ে গৌতম কোঁৱৰ নামৰ ছাত্ৰজন আৰু তেওঁৰ লগত থকা সকলে পলায়ন কৰে।
Read More News
T & CPrivacy PolicyContact Us