This browser does not support the video element.
সৰুপথাৰ: বিলগাঁৱত ৰূপকোঁৱৰ জ্যোতি মঞ্চত অনুষ্ঠিত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিধায়ক বিশ্বজিত ফুকন
Sarupathar, Golaghat | Sep 21, 2025
বিলগাঁৱত ৰূপকোঁৱৰ জ্যোতি মঞ্চত দেওবাৰে সন্ধ্যা প্ৰায় ৭ বজাত অনুষ্ঠিত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বিধায়ক বিশ্বজিত ফুকন। আজি বিলগাওঁ ৰূপকোঁৱৰ জ্যোতি মঞ্চত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈ বিধায়কগৰাকীয়ে অসমৰ সদ্য প্ৰয়াত সুৰীয়া কণ্ঠৰ গৰাকী, অসমবাসীৰ প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত জ্যোতি মঞ্চৰ সভাপতি ধ্ৰুৱ সন্দিকৈ, সম্পাদক দুলাল শইকীয়া, বৰপথাৰ পৌৰসভাৰ পৌৰপতি আদি উপস্থিত থাকে।