Download Now Banner

This browser does not support the video element.

নাহৰকটীয়া: যান্ত্ৰিক বিজুতিৰ বাবে নাহৰকটীয়াত বিকল হৈ পৰিল  ৰাজধানী এক্সপ্ৰেছৰ ইঞ্জিন, ৰে'লগেটত আবদ্ধ হ'ল শ শ  যান-বাহন

Naharkatiya, Dibrugarh | Sep 8, 2025
নাহৰকটীয়াত  ঘন্টা ঘন্টা ধৰি আবদ্ধ হৈ থাকে ৰাজধানী এক্সপ্ৰেছ ৰে'ল। দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখে অহা ৰাজধানী এক্সপ্ৰেছ ট্ৰেইনখন যান্ত্ৰিক বিজুতি হোৱাৰ ফলত নাহৰকটীয়াৰ মূল পথটো সম্পূৰ্ণ ৰূপে আবদ্ধ হৈ পৰিল।চহৰৰ মাজমজিয়াত ৰে'লখন  বন্ধ হৈ পৰাত ৰে'লগেটত আবদ্ধ হৈ পৰে কেইবা শতাধিক যান-বাহন।
Read More News
T & CPrivacy PolicyContact Us