This browser does not support the video element.
বিশ্বনাথ: বিহালীত কেঁচাচাহ পাতৰ মূল্য হ্ৰাস, শ-শ খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতি #jansamasya
Biswanath, Biswanath | Aug 23, 2025
বিহালীত ১৯৯২ চনৰ পৰাই ক্ষুদ্ৰ চাহখেতিৰ আৰম্ভ হয়।এই চাহ খেতিৰ যোগেদি বিহালীত নিবনুৱা সমস্যা কিছু পৰিমানে হ'লেও হ্ৰাস পোৱাৰ লগতে বিহালীৰ জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থাৰো পৰিবৰ্তন হৈছে।কিন্তু চলিত বৰ্ষৰ জুলাই আগষ্ট মাহত কেঁচাচাহ পাতৰ মূল্য হ্ৰাস পোৱাত খেতিয়ক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। সম্প্ৰতি বিহালীত প্ৰতিকিলোগ্ৰাম কেঁচাচাহ পাতৰ মূল্য 12/14 টকা হৈছে।