Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: চাবতিত পথ দুৰ্ঘটনা সংঘটিত, পথৰ কাষৰ পথাৰত বাগৰি পৰে বলেৰ' বাহন, সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৭ জন যুৱক

North Lakhimpur, Lakhimpur | Sep 5, 2025
উত্তৰ লখিমপুৰৰ চাবতিৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সমিপত শুক্ৰবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয় ‌। এখন যাত্ৰীবাহী বলেৰ' বাহন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ কাষত । পথ দুৰ্ঘটনাটোত ৭ জনকৈ যুৱক সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ।
Read More News
T & CPrivacy PolicyContact Us