This browser does not support the video element.
বাক্সা: ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৌতম দাসৰ হৈ প্ৰচাৰ বিজেপিৰ
Baska, Baksa | Sep 13, 2025
২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৌতম দাসৰ হৈ প্ৰচাৰ বিজেপিৰ। আজি বাৰাপেটা দক্ষিণ গণকগাড়ীত বিজেপিৰ প্ৰাৰ্থী গৌতম দাসৰ হৈ নিৰ্বাচনী সভা অনুষ্ঠিত । সভাত অংশগ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া সকলে। সভাত দক্ষিণ গণকগাড়ী ৰাইজ সকল উপস্থিত থাকে ।২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী গৌতম দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত গৌতম দাসৰ উন্নয়ন সম্পৰ্কে ডাঙি ধৰে। ৰাইজ সকলক আশ্বাস প্ৰদান কৰে।