This browser does not support the video element.
বিশ্বনাথ: কেঁচা চাহপাতৰ মূল্য হ্ৰাস হোৱাক লৈ জিলা আয়ুক্ত কাৰ্যালয়ত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বৈঠকৰ পিচতে সভাপতিৰ প্ৰতিক্ৰিয়া
Biswanath, Biswanath | Sep 1, 2025
বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ত আজি কেঁচা চাহপাতৰ মূল্য হ্ৰাস হোৱা সমস্যা সম্পৰ্কত বিশ্বনাথ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসৰ সৈতে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ জিলা সমিতিৰ সভাপতি ৰঞ্জন গগৈ লগতে সজাতি দলৰ লগত এখন গুৰুত্বপুৰ্ণ সভা অনুষ্ঠিত হয় । যিহেতুপ্ৰতি কেজি কেচা চাহপাতৰ মূল্য ৪০ টকাৰ পৰা কমি আহি পালেগৈ ১১ টকা। জিলা আয়ুক্ত গৰাকী আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মাজৰ কি আলোচনা হল এই সম্পৰ্কত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ জিলা ৰঞ্জন গগৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।