This browser does not support the video element.
লংকা: লংকাৰ ৰেল ষ্টেচনত আজি সন্ধীয়া হাটৰ্থ্ৰৱ জুৱিন গাৰ্গক শ্ৰদ্ধাঞ্জলী
Lanka, Hojai | Sep 21, 2025
লংকাৰ ৰেল ষ্টেচনত আজি সন্ধীয়া হাটৰ্থ্ৰৱ জুৱিন গাৰ্গক শ্ৰদ্ধাঞ্জলী। ৰাজ্যৰহিয়াৰ আমঠু, হাৰ্টথ্ৰৱ জুৱিন গাৰ্গৰ আকস্মিক মৃত্যুত শোকস্তব্ধ ৰাজ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাবে লংকাৰ ৰেল ষ্টেচনত হাটৰ্থ্ৰৱ জুৱিন গাৰ্গক শ্ৰদ্ধাঞ্জলী। স্হানীয় ৰাইজৰ লগতে লংকা ৰেল ষ্টেচনৰ একাংশ কৰ্মচাৰীয়ে জুৱিন গাৰ্গৰ প্ৰতিচ্ছবিৰ তলত বন্তি প্ৰজ্বলন, মাল্য অৰ্পন কৰা পৰিলক্ষিত হয়।