Download Now Banner

This browser does not support the video element.

নাজিৰা: বৰতল যুৱ সমাজৰ উদ্যোগত নিশা বৰতলত হাৰ্টথ্ৰ' জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন,জুবিনৰ মৃত্যুৰ উচিত তদন্তৰ দাবী ৰাইজৰ

Nazira, Sivasagar | Sep 22, 2025
বৰতল যুৱ সমাজৰ উদ্যোগত দেওবাৰে নিশা বৰতলত হাৰ্টথ্ৰ' জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন।উভতি নহাৰ বাটেৰে গলগৈ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ।শোকস্তৱদ্ধ ৰাজ্যবাসী।অসমৰ চুকে কোণে এটিয়া জুবিন গাৰ্গলৈ জনাইছে শ্ৰদ্ধাঞ্জলি।নাজিৰাৰ বৰতল যুৱ সমাজৰ উদ্যোগত দেওবাৰে নিশা দহ বজা পৰ্যন্ত জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰি এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।উদীয়মান কণ্ঠশিলী ৰেবজিত ৰাজে জুবিনৰ গীত পৰিবেশন কৰে।
Read More News
T & CPrivacy PolicyContact Us