Install App
nabakumardekaorang
This browser does not support the video element.
ওদালগুৰি: ওদালগুৰিত বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত ৪০গৰাকী নেতা,সদস্যই বিপিএফত যোগদান
Udalguri, Udalguri | Aug 27, 2025
ওদালগুৰি জিলাৰ ওদালগুৰিত বিপিএফ দলৰ মুৰব্বী তথা বিটিচিৰ প্ৰাক্তন মুখ্যকাৰ্য্যবাহী সদস্য উপস্থিতিত বিজেপি ৰ ধনশ্ৰী সমষ্টিৰ ৪০ জনৰো অধিক নেতা-সদস্য ই অনুস্থানিক ভাবে বিপিএফ ত যোগদান কৰে ৷বিপিএফৰ সাংগঠনিক দিশটো দিনক দিনে শক্তিশালী হবলৈ ধৰিছে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!