Download Now Banner

This browser does not support the video element.

বোকাখাত: মহিলা চাহ শ্ৰমিকৰ ধন আত্মসাৎ কৰা অভিযোগত দুই মহিলাৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল গোলাঘাট আটছাৰ

Bokakhat, Golaghat | Aug 27, 2025
মহিলা চাহ শ্ৰমিকৰ ধন আত্মসাৎ কৰা অভিযোগত বুধবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত দুই মহিলাৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল গোলাঘাট জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ। বোকাখাত সমজিলাৰ সহজ সৰল মহিলা চাহ শ্ৰমিকৰ ধন আত্মসাৎ কৰা দুই মহিলাৰ বিৰুদ্ধে সৰব গোলাঘাট আটছা। বোকাখাতৰ বহুকেইখন বাগিচাৰ মহিলা শ্ৰমিকৰ নামত মাইক্ৰ'ফাইনেঞ্চৰ পৰা ঋণ আবণ্টন কৰি ৮০% ধন আত্মসাৎ কৰা দুই মহিলাৰ ওপৰত দৃষ্টান্ত মূলক ব্যৱস্থা গ্ৰহণৰ দাবীত আজি বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে গোলাঘাট জিলা আটছাই
Read More News
T & CPrivacy PolicyContact Us