This browser does not support the video element.
সোণাৰি: এঘাৰ মাহে নিৰুদ্দেশ হৈ থকা আৰক্ষী জোৱান মঃ ৰবিৰুল হুছেইনৰ মৃতদেহ উদ্ধাৰ সন্দৰ্ভত সোণাৰিত জিলা আৰক্ষী অধীক্ষকৰ সংবাদ মেল
Sonari, Charaideo | Jun 14, 2025
চৰাইদেউ আৰক্ষীৰ বৃহৎ সাফল্য। এঘাৰ মাহৰ অন্তত আৰক্ষী জোৱানৰ মৃতদেহৰ সন্ধান পালে চৰাইদেউ আৰক্ষীয়ে।আজি সোণাৰিত সংবাদ মেল আয়োজন কৰি জিলা আৰক্ষী অধীক্ষকে জনাই যে ২০২৪ চনৰ ২৭ জুলাইৰ পৰা সন্ধানহীন হৈ আছিল মানকাচাৰত কৰ্মৰত আৰক্ষী জোৱান ৰবিৰুল হুছেইন। জোৱান জন সন্ধানহীন হৈ থকা বুলি দ্বিতীয়া পত্নীয়ে অভিযোগ দাখিল কৰাত অনুসন্ধান চলাইছিল চৰাইদেউ আৰক্ষীয়ে। পৰৱৰ্তী সময়ত আৰক্ষী জোৱান জনৰ পৰিয়ালে ঘটনা সন্দৰ্ভত আৰক্ষীক বিপথে পৰিচালিত কৰাৰ কথা অনুসন্ধানত পোহৰলৈ অহাত চৰাইদেউ আৰক