Download Now Banner

This browser does not support the video element.

কদম: কাকৈ ৰাজগড় ঢেকিয়াজুলিত হৰি মন্দিৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে কাউনঞ্চিলা দিপাংকৰ গগৈয়ে, উপস্থিত থাকে ৱাৰ্ড সদস্যা

Kadam, Lakhimpur | Aug 25, 2025
লখিমপুৰ জিলাৰ কদম গাঁও পঞ্চায়তৰ অন্তৰ্গত কাকৈ ৰাজগড় ঢেকিয়াজুলিত হৰি মন্দিৰ ৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হয় সোমবাৰে । কদম গাঁও পঞ্চায়তৰ অন্তৰ্গত কাকৈ ৰাজগড় ঢেকিয়াজুলি হৰি মন্দিৰ ৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে কদম গাওঁ পঞ্চায়তৰ কাউনঞ্চিলা দিপাংকৰ গগৈয়ে । এই কাৰ্য্যসূচীত কাকৈ ৰাজগড়ৰ ৱাৰ্ড সদস্যাৰ লগতে কেইবাগৰাকী গণ‍্যমাণ‍্য ব্যক্তি উপস্থিত থাকে বুলি জানিব পৰা গৈছে ।
Read More News
T & CPrivacy PolicyContact Us