Download Now Banner

This browser does not support the video element.

সোণাৰি: সোণাৰিত অঃজাঃযুঃছাঃপঃৰ জিলা সমিতিৰ উদ্যোগত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান, জুবিন গাৰ্গৰ ন্যায়ৰ লগতে উচিত তদন্তৰ দাবী

Sonari, Charaideo | Oct 5, 2025
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। সংগঠনটোৰ সোণাৰিস্থিত মুখ্য কাৰ্যলয় প্ৰাঙ্গনত অনুষ্ঠিত হয় এই আদ্যশ্ৰাদ্ধ। ভকত-বৈষ্ণৱৰ নাম-প্ৰসঙ্গৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা, গায়ন-বায়ন তথা দিহানাম আদি পৰিবেশন কৰা হয় অনুষ্ঠানটোত। চৰাইদেউ জিলাবাসীৰ সহযোগত আয়োজিত এই আদ্যশ্ৰাদ্ধস্থলীৰপৰাই জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ লগতে উচিত তদন্তৰ দাবী জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমি
Read More News
T & CPrivacy PolicyContact Us