Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: নলবাৰীৰ ঘগ্ৰাপাৰত বিজেপি ঘগ্ৰাপাৰ মণ্ডল কাৰ্যালয় প্ৰেক্ষাগৃহত গুৰুত্বপূৰ্ণ সাংগঠনিক সভা

Ghograpar Part, Nalbari | Sep 8, 2025
অহা ১২ ছেপ্টেম্বৰত নলবাৰী শ্ৰীশ্ৰী হৰি মন্দিৰ প্ৰাংগনত প্ৰায় পাঁচ হাজাৰ আয়তিৰ উপস্থিতিত আয়তি নাম দলৰ দিহানাম পৰিবেশন কৰা হব। তাৰ আগমূহুৰ্তত অৰ্থাৎ ১০ আৰু ১১ ছেপ্টেম্বৰ তাৰিখে নলবাৰী শ্ৰীশ্ৰী হৰি মন্দিৰ প্ৰাংগনত আয়তি সকলৰ উপস্থিতিত দিহানামৰ আখৰা কৰা হব। সেই উদ্দেশ্যে আজি ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডল কাৰ্য্যালয়ত আয়তি নাম দলৰ দলপতি সকলৰ সৈতে এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়। সভাত ঘগ্ৰাপাৰ মণ্ডল সভাপতি মনোজ ডেকা লগতে মণ্ডল সমিতিৰ বিয়ববীয়াসকল
Read More News
T & CPrivacy PolicyContact Us