Install App
publicamguri
This browser does not support the video element.
শিৱসাগৰ: জিলা বিজেপিৰ ৰংপুৰ মণ্ডলৰ উদ্যোগত গৌৰীসাগৰত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী,জিলা বিজেপিৰ উপ সভানেত্ৰীৰ অংশগ্ৰহণ
Sibsagar, Sivasagar | Aug 13, 2025
শিৱসাগৰ জিলাৰ বিজেপিৰ ৰংপুৰ মণ্ডলৰ উদ্যোগত বুধবাৰে গৌৰীসাগৰত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী।৭৯ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি জিলা বিজেপিৰ ৰংপুৰ মণ্ডলৰ উদ্যোগত বুধবাৰে ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয়।এই কাৰ্যসূচীত জিলা বিজেপিৰ উপ সভানেত্ৰী দীপিকা দুৱৰী,বিজেপিৰ ৰংপুৰ মণ্ডলৰ সভাপতি সুৰ্য কাগয়ুংৰ লগতে জকাইচুক জিলা পৰিষদৰ সদস্য হৰি কৃষ্ণ নেওগে অংশগ্ৰহণ কৰে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!