This browser does not support the video element.
সোণাৰি: সোণাৰিত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ,নগদ ধন সহ এহাল দম্পত্তীক আটক
Sonari, Charaideo | Aug 27, 2025
সোণাৰিত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ এহাল দম্পত্তীক আটক। সোণাৰিত ৰচিদ ৰহমান নামৰ এজন লোকক আৰু তেওঁৰ পত্নীক জিলা আৰক্ষী উপ অধীক্ষক আৰিয়ান নাথৰ নেতৃত্বত নিষিদ্ধ ড্ৰাগছ সহ আটক কৰে আৰু সোণাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী নেতৃত্বত চলা অভিযানত নগদ বাণ্ডুলে বাণ্ডুলে ৫০০,২০০ আৰু ১০০ টকীয়া নোট জব্দ।লগতে কেইবাটাও ড্ৰাগছ ভৰ্তি কনটেইনাৰ উদ্ধাৰ।ৰচিদ ৰহমানৰ পৰা ১১.৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছ আৰু পত্নী ৰিচা বেগমৰ পৰা প্ৰায় ১৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰা হয়। আৰক্ষীৰ এই অভিয