Install App
publicamguri
This browser does not support the video element.
আজাৰা: জাইকাৰ পানীৰ পাইপ ফুটাৰ ফলত খাৰঘূলীত ৬টাকৈ পৰিয়াল ক্ষতিগ্ৰস্ত,ঘটনাস্থলীত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা
Azara, Kamrup Metropolitan | Jan 2, 2025
জাইকাৰ পানীৰ পাইপ ফুটাৰ ফলত মহানগৰীৰ খাৰঘূলীত ৬টাকৈ পৰিয়াল ক্ষতিগ্ৰস্ত হয়।বৃহস্পতিবাৰে ঘটনাস্থলীত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা।চৰকাৰৰ ফালৰ পৰা ক্ষতিগ্ৰস্ত পৰিয়াল সমুহক ক্ষতিপূৰণ দিয়া হব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!