Download Now Banner

This browser does not support the video element.

বোকাখাত: বোকাখাতত সঘনাই বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা,২নং ৱাৰ্ডৰ কল্যাণপুৰত বাইক চুৰি ঘটনা,থানাত এজাহাৰ

Bokakhat, Golaghat | Aug 23, 2025
বোকাখাতত সঘনাই বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা। ২নং ৱাৰ্ডৰ কল্যাণপুৰত বাইক চুৰি ঘটনা। শনিবাৰে দিনৰ ১০ বজাত বোকাখাত থানাত এজাহাৰ। বোকাখাত আৰক্ষীক চেলেঞ্জ কৰি পুনৰ চোৰৰ চুৰি কাণ্ড। বোকাখাতৰ ২ নং ৱাৰ্ড কল্যাণপুৰৰ নয়নজ্যোতি পেগুৰ ঘৰৰ গেৰেজৰ পৰা নিশা চোৰে চুৰি কৰি নিয়ে AS 05 U 3805 নম্বৰৰ xpuls বাইক। ইতিমধ্যে আৰক্ষী থানা এজাহাৰ দাখিল কৰিছে পেগুৱে।
Read More News
T & CPrivacy PolicyContact Us