Download Now Banner

This browser does not support the video element.

নাজিৰা: নাজিৰাৰ লিগিৰী পুখুৰী অসামৰিক চিকিৎসালয়ত উতপ্ত পৰিস্থিতি,মানসিক ৰূগীয়ে চলালে তাণ্ডৱ,নাজিৰা আৰক্ষী উপস্থিত

Nazira, Sivasagar | Aug 1, 2025
নাজিৰাৰ লিগিৰী পুখুৰী অসামৰিক চিকিৎসালয়ত শুক্ৰবাৰে উতপ্ত পৰিস্থিতি ।মানসিক ৰূগীয়ে চলালে তাণ্ডৱ।শিমলুগুৰি ৰেল ষ্টেচনত অচেতন অৱস্থাত পৰি থকা এজন লোকক ৰেলৱে আৰক্ষীয়ে উদ্ধাৰ কৰো চিকিৎসা কৰাবলৈ লিগিৰীপুখুৰী অসামৰিক চিকিৎসালয়লৈ আনি চিকিৎসা কৰাই থকাৰ অৱস্থাতেই চিকিৎসালয়ৰ নাৰ্ছ,কৰ্মচাৰী আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ চলায়।অৱশেষত নাজিৰা আৰক্ষীয়ে লোকজনক কৰায়ত্ত কৰে।
Read More News
T & CPrivacy PolicyContact Us