This browser does not support the video element.
ওদালগুৰি: মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭৫লাখ টকাৰ শ্ৰেনী কোঠাৰ গৃহ শুভ উদ্ধোধন কৰে এমচিএলএ দিপক মৌৰে
Udalguri, Udalguri | Aug 22, 2025
ওদালগুৰি জিলাৰ মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫লাখ টকাৰ শ্ৰেনী কোঠা গৃহটো শুভ উদ্বোধন কৰে পাঁচনৈ চেৰফাং সমষ্টিৰ এমচিএলএ দিপক মৌৰে ৷ অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰামকৰন গোড়,বিজেপি পাঁচনৈ চেৰফাং মন্ডলৰ সভাপতি জীবন ডেকা,মাজবাট যুব মৰ্চাৰ সভাপতি শ্যাম মুন পানিকা,বিদ্যালয়ৰ অধ্যক্ষ সৰ্বানন্দ শৰ্মা,অবসৰপ্ৰাপ্ত শিক্ষক ধৰ্মেশ্বৰ শৰ্মা আদি সকলে অংশগ্ৰহণ কৰে ৷