Download Now Banner

This browser does not support the video element.

সোণাৰি: হিংৰিজানত বিজেপি চাহ জনজাতি মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা কৰম সন্মিলন লাইখোটা স্থাপন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে

Sonari, Charaideo | Sep 8, 2025
চৰাইদেউ জিলা মাহমৰা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী চাহ জনজাতি মৰ্চাৰ উদ্যোগত, হিংৰিজান বাসী ৰাইজৰ আতিথ্যত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ তত্বাৱধানত প্ৰথম বাৰলৈ এখনি বৃহত কৰম সন্মিলন হিংৰিজান চাহ বাগিচাত অনুষ্ঠিত কৰিবলৈ লোৱা সন্মিলনৰ আজি লাইখুটা স্থাপন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। লগতে চৰাইদেউ জিলাৰ আগন্তুক ষষ্ঠ বাৰ্ষিক হিংৰিজান সাৰ্বজনীন শাৰদীয় দূৰ্গা পূজাৰো আজি লাইখুটা স্থাপন কৰে মন্ত্ৰী যোগেন মহনে।
Read More News
T & CPrivacy PolicyContact Us