This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিৰ পৰা অস্ত্ৰ সহিতে এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে
Dhekiajuli Part, Sonitpur | Aug 5, 2025
ঢেকীয়াজুলিৰ পৰা অস্ত্ৰ সহিতে এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ শান্তিপুৰত আৰক্ষী আৰু সেনাই অভিযান চলাই যোৱাকালি অনচুলা ইছলাৰী নামৰ এগৰাকী যুৱকক আটক কৰাৰ লগতে যুৱকজনৰ পৰা ফেক্টৰীত নিৰ্মিত 7.65 mm পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিছতে যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে ৷