Install App
gugamukhlive
This browser does not support the video element.
ধেমাজি: আত্ম সহায়ক গোট সমূহৰ ঋণৰ কিস্তিৰ ধন আত্মসাৎ কৰা অভিযোগ কৰি চিচিবৰগাঁওত প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু ৰাইজৰ
Dhemaji, Dhemaji | Sep 6, 2025
আত্ম সহায়ক গোট সমূহৰ ঋণৰ কিস্তিৰ ধন আত্মসাৎ কৰা অভিযোগ কৰি চিচিবৰগাঁও প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।শনিবাৰে বাৰে চিচিবৰগাঁওৰ অসম ৰাজ্যিক গ্রামীন জীবিকা অভিযান (SRLM) চিচিবৰগাঁও প্রকল্প প্ৰৱন্ধকৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগঠন টোৱে।প্ৰতিবাদত আত্ম সহায়ক গোট সমূহৰ ঋণৰ কিস্তিৰ ধন আত্মসাৎ লোকক গ্ৰপ্তাৰৰ দাবী জনাই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!