Download Now Banner

This browser does not support the video element.

ধেমাজি: জোনাইত TMPK,MMK আৰু TMMK জ'নাই আঞ্চলিক সমিতিৰ সাংগঠনিক কাৰ্য্যনিৰ্বাহক সভাত উপস্থিত tmpk মুখ্য উপদেষ্টা

Dhemaji, Dhemaji | Sep 13, 2025
জোনাইত TMPK,MMK আৰু TMMK জ'নাই আঞ্চলিক কমিটিৰ যুটীয়াভাৱে অনুষ্ঠিত কৰা সাংগঠনিক কাৰ্য্যনিৰ্বাহক সভাত উপস্থিত tmpk মুখ্য উপদেষ্টা।শনিবাৰে TMPK,MMK আৰু TMMK জ'নাই আঞ্চলিক কমিটিৰ যুটীয়াভাৱে অনুষ্ঠিত কৰা সাংগঠনিক কাৰ্য্যনিৰ্বাহক সভাত অনুষ্ঠিত কৰা হয়।আজি উক্ত সভাত আগন্তুক দিনত কৰিব লগীয়া কৰণীয় কামৰ সন্দৰ্ভত আলোচনা কৰা লগতে বিভিন্ন বিষয় ওপৰত আলোচনা।
Read More News
T & CPrivacy PolicyContact Us