Download Now Banner

This browser does not support the video element.

ওদালগুৰি: পুনৰ খৈৰাবাৰীত বিজেপি গ' বেক ধ্বনিৰে উত্তাল কৰিলে বাঙালী ফেডাৰেশ্যনে

Udalguri, Udalguri | Sep 6, 2025
ডি ভোটাৰৰ সমস্যা সমাধানৰ দাৱীত সংগ্ৰাম অব্যাহত আছে বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ। বিটিচি নিৰ্বাচনৰ পূৰ্বে হিন্দু বঙালী সকলৰ সমস্যা সমাধান নহ’লে বিজেপি দলক বৰ্জন কৰা হ’ৱ বুলি ধাৰাবাহিকভাৱে হুংকাৰ দি আহিছে সংগঠনটোই। সংগঠনটোৰ খৈৰাবাৰী আঞ্চলিক সমিতিয়ে হিন্দু বঙালীৰ সমস্যা সমাধানৰ দাৱীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে প্লেকাৰ্ড লৈ শতাধিক প্ৰতিবাদকাৰীয়ে বিজেপি গ' বেক,হিমন্ত বিশ্ব শৰ্মা গ' বেক , বিজেপি চৰকাৰ হুচিয়াৰ ,আদি বিজেপি বিৰোধী বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল
Read More News
T & CPrivacy PolicyContact Us