Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: শিঙৰী চাহ বাগিছাৰ লক্ষ্মী খেলপথাৰত শুভাৰম্ভ কৰা হৈছে শ্ৰীশ্ৰী কৰম পূজা

Dhekiajuli Part, Sonitpur | Aug 26, 2025
শিঙৰী চাহ বাগিছাৰ লক্ষ্মী খেলপথাৰত শুভাৰম্ভ কৰা হৈছে শ্ৰীশ্ৰী কৰম পূজা ৷ উল্লেখ্য যে অপশক্তিৰ বিনাশ কৰি বিশ্ব শান্তিৰ কামনাৰে শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী চাহ বাগিছাৰ লক্ষ্মী খেলপথাৰত শুভাৰম্ভ কৰিলে শ্ৰীশ্ৰী কৰম পূজাৰ ৷ কৰ্মতিন সকলে কঠোৰ নিয়মনীতি মাধ্যমেৰে শুভাৰম্ভ কৰিলে শ্ৰীশ্ৰী কৰম পূজাৰ ৷ এক উদুলিমুদুলি পৰিবেশ দেখিবলৈ পোৱা গল শিঙৰী চাহ বাগিছাৰ লক্ষ্মী খেলপথাৰত ৷
Read More News
T & CPrivacy PolicyContact Us