Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: আশা ফাউণ্ডেচনৰ উদ্যোগত শ্বহীদ নগৰী ঢেকীয়াজুলিত অনুষ্ঠিত কৰা হৈছে শ্ৰীশ্ৰী গনেশ পূজা

Dhekiajuli Part, Sonitpur | Aug 27, 2025
আশা ফাউণ্ডেচনৰ উদ্যোগত বুধবাৰে সন্ধিয়া ৬ বজাৰ পৰা শ্বহীদ নগৰী ঢেকীয়াজুলিত অনুষ্ঠিত কৰা হৈছে শ্ৰীশ্ৰী গনেশ পূজা ৷ উল্লেখ্য যে অপশক্তিৰ বিনাশ কৰি বিশ্ব শান্তিৰ কামনাৰে বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো ঢেকীয়াজুলিত আশা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে চতুৰ্থ বাৰ্ষিক শ্ৰীশ্ৰী গনেশ পূজা ৷ আজি এক উদুলিমুদুলি পৰিবেশ দেখিবলৈ পোৱা গল ঢেকীয়াজুলিত আশা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হোৱা চতুৰ্থ বাৰ্ষিক শ্ৰীশ্ৰী গনেশ পূজাস্থলিত ৷
Read More News
T & CPrivacy PolicyContact Us