This browser does not support the video element.
নাহৰকটীয়া: নামৰূপ তাপবিদ্যুৎ প্ৰকল্পত কেইবাটাও দাবী পূৰণৰ বাবে শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ
Naharkatiya, Dibrugarh | Sep 1, 2025
অসম ৰাজ্যিক বিদ্যুত কৰ্মচাৰী সংঘৰ আহ্বানত অসমৰ প্ৰতিটো বিদ্যুৎ প্ৰকল্পৰ লগতে নামৰূপ তাপবিদ্যুত প্ৰকল্পটো আন্দোলন কাৰ্যসূচী ৰূপায়ন হয় ৷ কৰ্মচাৰী সকলৰ পদোন্নতি, খালী হৈ থকা পদসমূহত মকৰল কৰা, অস্থায়ী শ্ৰমিক সকলক স্থায়ী কৰা দাবীকে আদি কেইবাটাও দাবীত এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন হয় ৷