Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়াৰ বঙালীকুছিত ই-ৰিক্সা আৰু বাইকৰ মাজত সংঘৰ্ষ,গুৰুতৰভাৱে আহত বাইক আৰোহী যুৱক, ই-ৰিক্সাত থকা দুগৰাকী ছাত্ৰী

Rangia Part, Kamrup | Aug 26, 2025
মঙলবাৰে ৰঙিয়াৰ বঙালীকুছিত ই-ৰিক্সা আৰু বাইকৰ মাজত ভয়ংকৰ দুৰ্ঘটনা। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বঙালীকুছিত সংঘটিত হয় দুৰ্ঘটনাটো। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী যুৱক আৰু ই-ৰিক্সাখনত থকা দুগৰাকী স্কুলীয়া ছাত্ৰী।আহত আটাইকেইজনক চিন্টু বৈশ্য নামৰ এজন যুৱকে ততাতয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই। যথা সময়ত পোৱা চিকিৎসাৰ বাবে বৰ্তমান সংকটমুক্ত দুগৰাকী স্কুলীয়া ছাত্ৰীৰ লগতে যুৱক জন।
Read More News
T & CPrivacy PolicyContact Us