This browser does not support the video element.
ধেমাজি: মাছখোৱাত সাংসদ প্ৰদান বৰুৱা উপস্থিতিত দলে বলে বিজেপি দলত যোগদান প্ৰায় তিনি শতাধিক লোক
Dhemaji, Dhemaji | Sep 2, 2025
মাছখোৱাত সাংসদ প্ৰদান বৰুৱা উপস্থিতিত দলে বলে বিজেপি দলত যোগদান প্ৰায় তিনি শতাধিক লোক মঙ্গল বাৰে আবেলি চাৰি বজাত বিজেপি ধেমাজি জিলা বিজেপি অন্তৰ্গত মাছখোৱাৰ মণ্ডল সমিতিৰ উদ্যোগত বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আজি উক্ত কাৰ্যসূচীত বিজেপি ৰাষ্ট্ৰীয় দল টোৰ নীতি আদৰ্শ প্ৰতি আকৃষ্ট হৈ অঞ্চল টোৰ প্ৰায় তিনি শতাধিক লোকে আনুষ্ঠানিক ভাৱে যোগদান কৰে ব