Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: হীৰাজুলি চাহ বাগিছাৰ খেল পথাৰত আজি অনুষ্ঠিত হৈছে ফুটবল খেল প্ৰতিযোগিতাৰ প্ৰথমখন অৰ্ধ চূড়ান্ত খেল,উপস্থিত থাকে বিধায়ক

Dhekiajuli Part, Sonitpur | Aug 22, 2025
হীৰাজুলি চাহ বাগিচা খেল পথাৰত আজি অনুষ্ঠিত হৈছে ফুটবল খেল প্ৰতিযোগিতাৰ প্ৰথমখন অৰ্ধ চূড়ান্ত খেল ৷ উক্ত ফুটবল খল প্ৰতিযোগিতাত শুক্ৰবাৰে বিয়লি ৪ বাজি ৩০ মিনিটত উপস্থিত হয় বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বু ৷ বিধায়ক গনেশ কুমাৰ লিম্বু আজি প্ৰথমখন অর্ধ চূড়ান্ত খেলত উপস্থিত থাকি দলীয় সতীৰ্থ সকলৰ সৈতে খেল উপভোগ কৰে ৷ আজি বিধায়ক গনেশ কুমাৰ লিম্বুৰ লগত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ মিছামাৰী মণ্ডল সমিতিৰ সভাপতি শিৱ চৰণ গোৱালা উপস্থিত থাকে ৷
Read More News
T & CPrivacy PolicyContact Us