Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: জিলা পৰিষদ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ পালন কাৰ্যসূচী সামৰণি, বিধায়কৰ অংশগ্ৰহণ

Biswanath, Biswanath | Sep 8, 2025
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্রশাসনৰ সহযোগত বিশ্বনাথ জিলা পৰিষদ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আজিৰ মনোজ্ঞ অনুষ্ঠানটিত সুধাকন্ঠৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি পাতনি মেলে বিশ্বনাথৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে।অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us