Install App
nabakumardekaorang
This browser does not support the video element.
ওদালগুৰি: বিটিআৰৰ পৰিষদীয় হৰিশিঙা সমষ্টিতৰ বিপিএফৰ প্ৰাৰ্থী ত্ৰিদিপ দৈমাৰীয়ে জয়লাভ কৰে বুলি ওদালগুৰিত ঘোষনা কৰে
Udalguri, Udalguri | Sep 26, 2025
বিটিআৰৰ অধীনস্থ ওদালগুৰি জিলাৰ অন্তৰ্গত ১০ টা পৰিষদীয় সমষ্টি ভিতৰত ৩৬ নং হৰিশিঙ্গা সমষ্টি ৰ বিপিএফ পাৰ্থী ত্ৰিদিপ দৈমাৰী বিজয়ী হয় ৫২৭০ টা ভোটৰ ব্যবধান ইউপিপিএল প্ৰাৰ্থী সঞ্জয় স্বৰ্গীয়াৰী ৷তেওঁ জয়ী হোৱাত ওদালগুৰিত সমৰ্থক সকলে বোমা ফুটাই ফুৰ্টি কৰা দেখা পোবা গৈছে ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!