This browser does not support the video element.
নাজিৰা: ১চেপ্তেম্বৰ পৰা নিৰুদ্দেশ হৈ আছে গেলেকীৰ আঠখেল চাহবাগিছাৰ তিনি নং লাইনৰ লক্ষ্মী তাছা বাউৰী নামৰ এগৰাকী বিবাহিতা মহিলা
Nazira, Sivasagar | Sep 10, 2025
গেলেকীৰ আঠখেল চাহবাগিছাৰ তিনি নং লাইনৰ লক্ষ্মী তাছা বাউৰী নামৰ এগৰাকী বিবাহিতা মহিলা।এক চেপ্তেম্বৰৰ দিনা মেডিকেললৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে মহিলা গৰাকী।পৰিয়ালে নিখোজ হৈ থকা মহিলা গৰাকীক বিভিন্ন ঠাইত বিচাৰখুচাৰ কৰি কোনো সন্ধান লাভ নকৰাত গেলেকী আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় জাননী দাখিল কৰিছে।কোনো সদাশয় ব্যক্তিয়ে মহিলা গৰাকীৰ কিবা সম্ভেদ লাভ কৰিলে পৰিয়ালৰ 88128 03634 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে বুধবাৰে আহ্বান জনাইছে।