This browser does not support the video element.
ধেমাজি: ধেমাজি নগৰত সাংসদ প্ৰদান বৰুৱা উপস্থিতিত স্বচ্ছতা কাৰ্যসূচী
Dhemaji, Dhemaji | Sep 25, 2025
'ধেমাজি নগৰত সাংসদ প্ৰদান বৰুৱা উপস্থিতিত স্বচ্ছতা কাৰ্যসূচী বৃহস্পতি বাৰে পুৱা স্বচ্ছতাই সেৱা' অভিযানৰ অংশস্বৰূপে ধেমাজি পৌৰসভাৰ উদ্যোগত ধেমাজি নগৰত স্বচ্ছতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আজি উক্ত অনুষ্ঠানত ধেমাজি নগৰ খন স্বচ্ছতা, সৌন্দৰ্য আৰু নগৰ খনক আগুৱাই নিয়া ক্ষেত্ৰ আলোচনা কৰা হয়। উক্ত অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, পৌৰপতি দীপৰে