This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: ফুকনৰহাটত ভয়ংকৰ ঘটনা trading টকা invest কৰাৰ ফলত suicide note লিখি আত্মহত্যা২৮বছৰীয়া যুৱকৰ,দুজনৰ বিৰুদ্ধে এজাহাৰ পৰিয়ালৰ
North Lakhimpur, Lakhimpur | Aug 26, 2025
লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ফুকনৰহাটৰ নিবাসী আলী হুছেইনৰ ২৮ বছৰীয়া পুত্ৰ নুৰুল হুছেইনক একে গাঁৱৰে জাকিৰ হুছেইন উৰফে মাইনা আৰু মাইনাৰ ককায়েকে পলুভন দি trading টকা invest কৰাছিল দীৰ্ঘ দিনৰ পৰা।শেহতীয়াকৈ যোৱা ২১ আগষ্টত ১,৯৭০০০হাজাৰ share market trading ত অনলাইনৰ জৰিয়তে invest কৰাইছিল জাকিৰ হুছেইন উৰফে মাইনা আৰু মাইনাৰ ককায়েকে।পৰবৰ্তী সময়ত share market tradingত লোকচান হোৱাৰ ফলত তথা জাকিৰ হুছেইন উৰফে মাইনা আৰু মাইনাৰ ককায়েকে মানসিক অত্যাচাৰ কৰাৰ অভিযোগ।