Download Now Banner

This browser does not support the video element.

সোৱণশিৰি ভাগ: ঘিলামৰাৰ ৫ টাকৈ স্থানত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অসম প্ৰদেশ যুৱ কংগ্ৰেছ সাধাৰণ সম্পাদক, জিলা সভাপতিয়ে

Subansiri Part, Lakhimpur | Apr 28, 2025
লখিমপুৰ জিলাৰ ঘিলামৰাত ব্লকত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত উপস্থিত হয় সোমবাৰে লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচুম লাহন,অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি আনন্দ নৰহ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক দীপাংকৰ দাস আৰু জীতেনভৰালী, লক্ষ্য নাথ, অৰবিন্দ সূত আদিয়ে।কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলৰ হৈ ঘিলামৰা ব্লক কংগ্ৰেছৰ অন্তৰ্গত ৩ নং কলিতা গাঁও,১০ নং ঘাঁহিগাঁও ,৪ নং চৌখাম ৱাৰ্ড,১নং ৱাৰ্ডৰ লগতে ৭ নং ঢাপলিয়াল ৱাৰ্ডত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বচনী প্ৰচাৰ চলাই।
Read More News
T & CPrivacy PolicyContact Us