Download Now Banner

This browser does not support the video element.

তেজপুৰ: তেজপুৰ গেৰেকী শ্ৰীশ্ৰী কালি মন্দিৰ পুনৰ নিৰ্মাণ তথা মেৰামতি কামৰ আজি আধাৰশিলা স্থাপন কৰে বিধায়ক পৃথ্বিৰাজ ৰাভায়

Tezpur, Sonitpur | Aug 22, 2025
শুক্ৰবাৰে দিনৰ অনুমানিক ১১ বজাত শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ গেৰেকী শ্ৰীশ্ৰী কালি মন্দিৰ পুনৰ নিৰ্মাণ তথা মেৰামতি কামৰ আধাৰশিলা স্থাপন কৰে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভায় ৷ উল্লেখ্য যে আজি অসম দৰ্শন পুঁজিৰ অধীনত নিয়মনীতিৰ মাধ্যমেৰে তেজপুৰৰ গেৰেকী শ্ৰী শ্ৰী কালি মন্দিৰভাগ পুনৰ নিৰ্মাণ তথা মেৰামতি কৰাৰ বাবে ৩ লাখ টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে বিধায়ক পৃথ্বিৰাজ ৰাভায় ৷
Read More News
T & CPrivacy PolicyContact Us