Download Now Banner

This browser does not support the video element.

নাজিৰা: চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক কোনো এজন স্বাভিমানী অসমীয়াই মানি লব নোৱৰে"নামতিত মন্তব্য সংগ্ৰামী সেনা অসমৰ যুটীয়া সম্পাদকৰ

Nazira, Sivasagar | Sep 6, 2025
চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক কোনো এজন স্বাভিমানী অসমীয়াই মানি লব নোৱৰে"।বনাগৰিকত্ব সংশোধনী আইন (কা) আবেদনৰ সময়সীমা ১০ বছৰলৈ বৃদ্ধি সন্দৰ্ভত বিৰোধীতা কৰি সংগ্ৰামী সেনা,অসমৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক মিণ্টু দুৱৰাই শনিবাৰে নামতিত এনেদৰে প্ৰতিক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
Read More News
T & CPrivacy PolicyContact Us