Download Now Banner

This browser does not support the video element.

নলবাৰী: চহৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অনুষ্ঠিত গ্ৰন্থমেলা আয়োজন

Nalbari, Nalbari | Sep 1, 2025
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অনুষ্ঠিত গ্ৰন্থমেলা আয়োজন।ইফালে গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰে বৰভাগ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ নন্দিতা গোস্বামীয়ে।উল্লেখযোগ্য য়ে আজিৰে পৰা চাৰিদিনীয়াকৈ আৰম্ভ হৈছে ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা।উক্ত অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ জিলা সমিতিৰ সভাপতি সম্পাদককে ধৰি জিলাৰ নেতৃত্ব উপস্থিত থাকে
Read More News
T & CPrivacy PolicyContact Us