This browser does not support the video element.
বিহপুৰীয়া: হাৰমতিত আবকাৰী বিভাগৰ অভিযান,২৫ কাৰ্টুন অবৈধ অৰুণালী সুৰা জব্দ, এজনক গ্ৰেপ্তাৰ
Bihpuria, Lakhimpur | Sep 7, 2025
লখিমপুৰৰ হাৰমতিত শনিবাৰে আবকাৰী বিভাগৰ অভিযান। অভিযানত ২৫ কাৰ্টুন অবৈধ অৰুণালী সুৰা জব্দ। গ্ৰেপ্তাৰ হৈছে বিহাৰ মোজাফ্ফৰপুৰৰ আনন্দ কুমাৰ মাহাতু। চাহপাত নিয়া ট্ৰাকত অতি গোপনে অৰুণাচলী সুৰা সৰবৰাহ কৰি আছিল ট্ৰাক চালক আনন্দ কুমাৰ মাহাতুৱে। পূৰ্বেও মাহাতুৰ বিৰুদ্ধে গোপনে অৰুণাচলী সুৰা সৰবৰাহ কৰাৰ গোচৰ হৈ পঞ্জীয়ন হৈ আছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাৰমতীত চলাইছিল অভিযান লখিমপুৰ আবকাৰী বিভাগৰ এটি দলে।