This browser does not support the video element.
আমগুৰি: নামতি চাৰি আলি কেন্দ্ৰীয় ঈদগাহ ময়দানত ঈদ উল আজহাৰৰ সমুহীয়া নামাজ সম্পন্ন
Amguri, Sivasagar | Jun 7, 2025
শনিবাৰে নামতি চাৰি আলি কেন্দ্ৰীয় ঈদগাহ ময়দানত ঈদ উল আজহাৰৰ সমুহীয়া নামাজ সম্পন্ন।শনিবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ ঈদ উল আজহাৰ।নামতি চাৰি আলি কেন্দ্ৰীয় ঈদগাহ ময়দানত শনিবাৰে পুৱা ৮ বাজি ৩০ মিনিট পৰ্যন্ত সমুহীয়াভাৱে নামাজ সম্পন্ন হয়।হেজাৰোধিক লোকৰ উপস্থিতিত এই ৰাজহুৱা নামাজ সম্পন্ন হয়।