Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: দোতমা পৰিষদীয় সমষ্টিৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে প্ৰমোদ বড়োৱে

Kokrajhar Part, Kokrajhar | Sep 2, 2025
মঙলাবাৰে দিনৰ ১ বজাত কোকৰাঝাৰ জিলাৰ দোতমা পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী প্ৰমোদ বড়োই দাখিল কৰে মনোনয়ন পত্ৰ। হাজাৰ হাজাৰ সমৰ্থকলৈ আজি দ্বিতীয় সমষ্টিৰ বাবে মনোনয়ন পত্ৰ প্ৰেৰণ কৰে। কোকৰাঝাৰত সহ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰিলে মনোনয়ন পত্ৰ । মনোনয়ন দাখিল কৰিবলৈ বিশাল সমদলেৰে উপস্থিত হয় । লগত মন্ত্ৰী ইউ জি ব্ৰহ্ম সংগ দিয়ে।
Read More News
T & CPrivacy PolicyContact Us